Home » » অসম সন্তান সাঁতোৰবিদ এলভিছ আলী হাজৰিকাৰ আন এক অভিলেখ…

অসম সন্তান সাঁতোৰবিদ এলভিছ আলী হাজৰিকাৰ আন এক অভিলেখ…

Written By axomibuz on Friday, August 16, 2019 | August 16, 2019

অসম সন্তান সাঁতোৰবিদ এলভিছ আলী হাজৰিকাৰ আন এক অভিলেখ…
অসম সন্তান সাঁতোৰবিদ এলভিছ আলী হাজৰিকাৰ আন এক অভিলেখ…

অসম সন্তান সাঁতোৰবিদ এলভিছ আলী হাজৰিকাৰ গঢ়িলে আন এক অভিলেখ।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ কাটালেনা চেনেল সাঁতুৰি পাৰ হৈ বিৰল অভিলেখ গঢ়িলে আন্তঃৰাষ্ট্ৰীয় সাঁতোৰবিদজনে।
যুক্তৰাষ্ট্ৰৰ পৰা কাটালেনা চেনেল সাঁতুৰি পাৰ হৈ মেক্সিকো পালেগৈ হাজৰিকা।

প্ৰাক্তন আন্তৰ্জাতিক সাঁতোৰবিদ ৰিমু সাহাৰ সৈতে ৰীলে কৰি যাত্ৰা আৰম্ভ কৰিছিল এলভিছে।

১০ ঘণ্টা ৫৯ মিনিটত মুঠ ৪০ কিলোমিটাৰ দূৰত্ব সাঁতুৰি অভিলেখ সৃষ্টি কৰিলে দুয়োগৰাকী সাঁতোৰবিদে।
কাটালেনা চেনেল সাঁতুৰি পাৰ হোৱা প্ৰথমগৰাকী অসমীয়া এলভিছ আলী হাজৰিকা।

বিগত বৰ্ষত কাৰ্বি আংলঙত দুৰ্বৃত্তৰ হাতত নিহত অভি-নীলৰ সোঁৱৰণত এই অভিযান এলভিছ আলী হাজৰিকাৰ।


0 comments:

Post a Comment

Food

Buisness

[labeltest][column2][#e44e4f]